الناس
An-Naas
Translation: Assamese - Rafeequl Islam Habibur · Open the surah
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
قُلۡ أَعُوذُ بِرَبِّ ٱلنَّاسِ
Open ayah 114:1কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ
مَلِكِ ٱلنَّاسِ
Open ayah 114:2মানুহৰ অধিপতিৰ,
إِلَٰهِ ٱلنَّاسِ
Open ayah 114:3মানুহৰ ইলাহৰ ওচৰত,
مِن شَرِّ ٱلۡوَسۡوَاسِ ٱلۡخَنَّاسِ
Open ayah 114:4আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা,
ٱلَّذِي يُوَسۡوِسُ فِي صُدُورِ ٱلنَّاسِ
Open ayah 114:5যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে,
مِنَ ٱلۡجِنَّةِ وَٱلنَّاسِ
Open ayah 114:6জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।