الفلق
Al-Falaq
Translation: Assamese - Rafeequl Islam Habibur · Open the surah
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
قُلۡ أَعُوذُ بِرَبِّ ٱلۡفَلَقِ
Open ayah 113:1কোৱা, মই আশ্ৰয় বিচাৰোঁ ঊষাৰ প্ৰতিপালকৰ।
مِن شَرِّ مَا خَلَقَ
Open ayah 113:2তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা,
وَمِن شَرِّ غَاسِقٍ إِذَا وَقَبَ
Open ayah 113:3আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়,
وَمِن شَرِّ ٱلنَّفَّٰثَٰتِ فِي ٱلۡعُقَدِ
Open ayah 113:4আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে,
وَمِن شَرِّ حَاسِدٍ إِذَا حَسَدَ
Open ayah 113:5আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।